WordCamp US 2025 is almost here. Don't miss out – REGISTER TODAY

WordPress-ৰ সৈতে চিনাকি হওক
সৃষ্টিকৰ্তা আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ পৰা আৰম্ভ কৰি বাণিজ্যিক প্ৰতিষ্ঠানলৈকে—বিশ্বজুৰি লাখ লাখ ৱেবছাইটৰ পছন্দৰ মুক্ত উৎসৰ প্ৰকাশন-সম্বন্ধীয় প্লেটফৰ্ম।


ডিজাইন কৰক
লেহুকা ডিজাইন-সম্বন্ধীয় সা-সঁজুলি আৰু ব্লকৰ শক্তিৰে যিকোনো ৱেবছাইটৰ সৃষ্টি কৰক। এটা খালী কেনভাছৰ সৈতে আৰম্ভ কৰক নাইবা এটা থীম বাছি লওক। প্ৰতিটো খুঁটি-নাটি কাষ্টমাইজ কৰক—কোনো ক’ডৰ প্ৰয়োজন নাই।

সাজক
আপোনাৰ ছাইটটো বাস্তৱ সময়ত কেনে দেখা যাব সেয়া চাওক, আনকি আপুনি বিষয়বস্তু যোগ, সম্পাদনা আৰু ইফাল-সিফাল কৰি থকা অৱস্থাতো—সহজজ্ঞেয় সম্পাদনা আৰু এই সকলোবোৰ পৰিচালনা কৰিবলৈ সংহত সুবিধাৰ সৈতে।

প্ৰসা���িত কৰক
আপোনাৰ ছাইটটোক আপুনি যি কৰাব বিচাৰে তাকেই কৰিবলৈ দিয়ক। দোকান, বিশ্লেষণ, সংবাদ-পত্ৰ, ছ’চিয়েল মিডিয়াৰ সংহতি যোগ কৰক; প্লাগিনৰ এক বিস্তৃত লাইব্ৰেৰীৰ সৈতে নিয়ন্ত্ৰণ আপোনাৰ হাতত।
কি কি নতুন আছে— চাওক
আৰু নতুনকৈ সুসংগঠিত শৈলী-পুথিক আপোনাক সৰ্বোত্তম দৃশ্য দিবলৈ দিয়ক। ব্লক থীমত ব্যৱহাৰ কৰা সহজ, ই কিছুমান ক্লাছিক থীমত আপুনি কিহৰ সৃষ্টি কৰি আছে সেয়া চোৱাৰ এক উন্নত পদ্ধতিও। এই সকলোবোৰ কৰক কাৰিকৰী দিশত হোৱা উন্নতিসাধনেৰে দ্ৰুততৰ গতিত আৰু আগতকৈ শক্তিশালী পাছৱৰ্ড হেশ্বিঙেৰে আগতকৈ একেবাৰে সুৰক্ষিতভাৱে।

এটা মঞ্চ, সম্ভাৱনাৰ মহাজগত
আটকধুনীয়া ডিজাইন, প্ৰযুক্তিগত উদ্ভাৱন আৰু WordPress-ৰ সীমাহীন ক্ষমতাক আলোকপাত কৰিবলৈ সযত্নে সংগ্ৰহ কৰা সমগ্ৰ বিশ্বৰ ৱেবছাইটৰ উদাহৰণবোৰৰ এক সংকলন আৱিষ্কাৰ কৰক।









WordPress সমাজৰ সৈতে চিনাকি হওক
প্ৰযুক্তিৰ আঁৰত আছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা সহযোগিতা কৰা আৰু গোট খোৱা লোকৰ এক বৈচিত্ৰময় সমূহ। আমি নিয়মীয়াকৈ অনুষ্ঠান পাতোঁ য’ত WordPress আৰু শেহতীয়া প্ৰযুক্তিৰ গতিধাৰাৰ বিষয়ে অধিক জনাৰ, সতীৰ্থ উদ্যোগ-বিশেষজ্ঞসকলৰ সৈতে সংযোগ স্থাপন কৰাৰ আৰু আপোনাৰ পেচাদাৰী বিকাশ উৎসাহিত কৰাৰ সুযোগ পোৱা যায়।
আমি একগোট হৈছোঁ মুক্ত উৎসৰ মনোভাৱ আৰু বাধা নোহোৱাকৈ নিৰ্মাণ, ৰূপান্তৰ আৰু ভাগ-বতৰা কৰাৰ স্বাধীনতাৰে। সকলোকে স্বাগতম।

নিজৰ বাবে সাজক, নিজে নহয়
Whether you’re an entrepreneur, professional developer, or first-time blogger, there’s a library of resources and learning tools ready for you. Plus, you have the whole WordPress community in your corner.
WordPress-ৰ শেহতীয়া বাতৰি
আৰম্ভ হৈ পৰক
আপোনাক আৰম্ভ হৈ পৰিবলৈ যি যি লাগে সকলো বিচাৰি উলিয়াওক, প্লেটফৰ্ম ডাউনল’ড কৰক, হ’ষ্টিং বিচাৰি উলিয়াওক আৰু বহুতো—লাগিলে আপোনাৰ প্ৰথম ছাইটেই হওক বা আপোনাৰ একানব্বৈতম ছাইটেই হওক।